Detailed description is ॥সুন্দৰম্ নাট্যগোষ্ঠী॥. . ॥SUNDOROM NATYA GUSTHI॥. ..An Amateur Dramatic Organization সুন্দৰম ৰংভূমি লৈ আপোনাক স্ৱাগতম্।. . "সুন্দৰম্ নাট্যগোষ্ঠী" অসমৰ অপেছাদাৰী নাট্যগোষ্ঠী সমূহৰ ভিতৰতে এক অন্যতম নাট্যগোষ্ঠী ।. ১৯৮২ চনত জন্মলগ্নৰে পৰা সুন্দৰম্ নাট্যগোষ্ঠীয়ে বিভিন্ন ধৰণৰ নাট মঞ্চায়নৰ জৰিয়তে নগাওঁ জিলাৰ এই অঞ্চলত এক সুন্দৰ নাটকৰ বাতাবৰণ্ সৃষ্টি কৰাৰ লগতে নাট্য চৰ্চাৰ দিশতো বহু দূৰ আগুৱাই গৈছে॥. এতিয়ালৈকে বহু কেইজনে সুন্দৰম নাট্যগোষ্ঠীৰ ৰংগমঞ্চৰ পৰায়েই নাটকৰ জৰিয়তে তেওঁলোকৰ যাত্ৰা আৰম্ভ কৰি এতিয়া একো-একোজন অভিনেতা, চিত্ৰনাট্যকাৰ, পৰিচালক হিচাপে সু-প্ৰতিষ্ঠিত। . . ...জয়তো সুন্দৰম্...
Established in the recent years সুন্দৰম্ নাট্যগোষ্ঠী in barpeta, assam in india.
This well-known establishment acts as a one-stop destination servicing customers both local and from other parts of the city...
Frequently Asked Questions About This Location
Qus: 1). what is the mode of payment accepted ?
Ans: Cash , Credit Card and Wallets
Qus: 2). What are the hours of operation ?
Ans: Open all days mostly from 9:30 to 8:30 and exceptions on Sundays. Call them before going to the location.
Qus: 3). What is the Latitude & Longitude of the location?
Ans: Latitude: 26.3447299, Longitude: 92.74224